ভবাৰ দৰেই সকলো হোৱা হ’লে সপোন দেখাৰ প্ৰয়োজনেই নাথাকিলেহেঁতেন সপোন সাগৰত সাঁতুৰি থাকিব বিচৰা দিনবোৰত…
Category: Poems
পুৰণি কেঁকুৰিটো বিচাৰি
দুয়োজনে দুফালৰ পৰা আহিকেঁকুৰিটোতে লগ পাইছিলোঁ এদিনহাতত হাত ধৰি আগুৱাই যাওঁতেকেতিয়ানো হ’ল দুপৰীয়া ততকে নাপালোঁউভতিলোঁ…
গভীৰ প্ৰশান্তি
স্নিগ্ধ জোনাক সদৃশ তোমাৰনিষ্পাপ হাঁহিতেই সতেজ হৈপুনৰ ফুলি উঠেহৃদয়ৰ মৰহা ফুলপাহ । তোমাৰ মিঠা কোমল…
ফাগুন
প্রকাশিত- দৈনিক গন অধিকাৰ, ২৩.০২.২০২২ মই যদি ফাগুনৰ দৰে হ’ব পাৰিলোহেঁতেন কাৰোবাৰ হৃদয় উন্মাদ…
আত্মীয়তা
আজিকালি সিহঁতে প্ৰতিটো ক্ষণতেমোৰ চাৰিওকাষে অগা-দেৱা কৰি থাকেগভীৰ নিস্তব্ধ ৰাতি সিহঁতেমোৰ স’তে আলাপনত মত্ত হয়…
প্ৰত্যাশা
শুকান জৰ্জৰিত ধূলি ধূসৰিতমোৰ হৃদয় জুৰাবা বুলিবাট চাই থাকোতে থাকোতেমোৰ উদং বুকুত চলেঅসহনীয় দপদপনিউচ্চ সংগীতৰ…
এদিন শীতৰ সন্ধিয়া
এদিন শীতৰ সন্ধিয়া তোমাৰ পদূলিৰে আগুৱাই শিলৰ খটখটীটোৰে লাহে লাহে পাহাৰৰ ওপৰলৈ উঠি গ’লো কিছু…
কোলাহল
জীৱনৰ প্ৰতি ক্ষণত, উজুটি খোৱা খহটা বাটৰ খলা ব’মা কলুষিত জীৱনৰ অধ্যায়ৰ পাতখিলাৰ পৃষ্ঠা নম্বৰ…
মোৰ কোলাৰ সন্তান
মূল ৰাজবংশী – মীনাক্ষি ৰায় ডাকুৱা আকাশৰ অযুত অৰ্বুদ তৰাৰ মাজত তুমি গা ঢাকি লুকাভাকু…
পৰজনমত
মূল ৰাজবংশী– মিনাক্ষী ৰায় ডাকুৱা । কিছু কথা যিবোৰ মাথোঁ তোমাকেই কোৱা যায় কেৱল মাথোঁ…