প্রকাশিত- দৈনিক গন অধিকাৰ, ২৩.০২.২০২২ মই যদি ফাগুনৰ দৰে হ’ব পাৰিলোহেঁতেন কাৰোবাৰ হৃদয় উন্মাদ…
Category: Poems
আত্মীয়তা
আজিকালি সিহঁতে প্ৰতিটো ক্ষণতেমোৰ চাৰিওকাষে অগা-দেৱা কৰি থাকেগভীৰ নিস্তব্ধ ৰাতি সিহঁতেমোৰ স’তে আলাপনত মত্ত হয়…
প্ৰত্যাশা
শুকান জৰ্জৰিত ধূলি ধূসৰিতমোৰ হৃদয় জুৰাবা বুলিবাট চাই থাকোতে থাকোতেমোৰ উদং বুকুত চলেঅসহনীয় দপদপনিউচ্চ সংগীতৰ…
এদিন শীতৰ সন্ধিয়া
এদিন শীতৰ সন্ধিয়া তোমাৰ পদূলিৰে আগুৱাই শিলৰ খটখটীটোৰে লাহে লাহে পাহাৰৰ ওপৰলৈ উঠি গ’লো কিছু…
কোলাহল
জীৱনৰ প্ৰতি ক্ষণত, উজুটি খোৱা খহটা বাটৰ খলা ব’মা কলুষিত জীৱনৰ অধ্যায়ৰ পাতখিলাৰ পৃষ্ঠা নম্বৰ…
মোৰ কোলাৰ সন্তান
মূল ৰাজবংশী – মীনাক্ষি ৰায় ডাকুৱা আকাশৰ অযুত অৰ্বুদ তৰাৰ মাজত তুমি গা ঢাকি লুকাভাকু…
পৰজনমত
মূল ৰাজবংশী– মিনাক্ষী ৰায় ডাকুৱা । কিছু কথা যিবোৰ মাথোঁ তোমাকেই কোৱা যায় কেৱল মাথোঁ…
নিষিদ্ধ বস্তু
মূল- তসলিমা নাসৰিন। মইতো মানুহ আছিলোঁ, সমাজ সংসাৰ আছিল, সপোন আছিল, বাৰাণ্ডাত ফুলগছ, হাট-বজাৰ, আবেলিবেলাৰ…
পৰিচয়
মূল কবিতা- পহচান কবি – অমৃতা প্ৰীতম । তোমাক পালেতো আৰু কেবাটাও জনম মোৰ হৃদয়ৰ…
প্ৰেম
মূল- তসলিমা নাসৰিন ; অসমীয়া ভাৱানুবাদ- জোনা মহন্ত যদি মই তোমাৰ বাবে চকুত কাজল লগাবলগীয়া…