Skip to content
জোনালীৰ ডায়েৰী
Jona Mahanta
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

  • Home
  • Poems
  • Travelblog
  • Articles
  • Videos
  • Profile
  • Gallery
জোনালীৰ ডায়েৰী

মোৰ অনুভৱ

Category: Poems

Poems

দুঃসময়

Jona Mahanta, January 20, 2025March 28, 2025

অলিয়ে-গলিয়ে এতিয়া মাথোনচিৎকাৰ, ধৰ্ষণ, কামনাৰ লেলিহান শিখাহিংসা, প্ৰৱঞ্চনা, আজুৰি লোৱাৰ সংবাদহত‍্যা, ধৰ্ষণ যেন নাৰকীয় শব্দ…

Continue Reading
Poems

এৰি অহা বাটেৰে

Jona Mahanta, August 5, 2024

02.07.2024. প্ৰায় অৰ্ধশতিকা জুৰিনিশব্দে পৰিত‍্যক্ত হৈ পৰি থকাবীণাখনি মধুৰ মূৰ্চনাৰেএনেকৈ যে এদিন বাজি উঠিবকল্পনাও কৰা…

Continue Reading
Poems

উপলব্ধি

Jona Mahanta, June 22, 2024June 22, 2024

মূল ৰাজবংশী—মীনাক্ষী ৰায় ডাকুৱা,অসমীয়া অনুবাদ—জোনা মহন্ত, গুৱাহাটী । কোনো কোনো নদী মৰাসূঁতি হৈহেৰাই যায় বিষণ্ণ…

Continue Reading
Poems

প্ৰত্যাশাৰ অন্তত

Jona Mahanta, March 27, 2024March 27, 2024

জোনা মহন্ত শুকান জৰ্জৰিত ধূলিৰে ধূসৰিতহৃদয়খন জুৰাবা বুলি বাট চাই থাকোঁতে থাকোঁতেমোৰ উদং বুকুত চলিলঅগণন…

Continue Reading
Poems

এটি সতেজ পুৱাৰ অনুভূতি

Jona Mahanta, September 18, 2023

বতাহৰ ছেৱে ছেৱে সেউজী পাতৰ নাচোনবিৰিখৰ ডালে ডালে সুললিত কাকলিনীল আকাশত সলীল শুকুলা ডাৱৰদূৰণিৰ পাহাৰৰ…

Continue Reading
Poems

জোনাকৰ প্ৰেমিক

Jona Mahanta, September 8, 2023February 5, 2025

ৰূপালী পোহৰত জলমলাই উঠাবিশাল জলৰাশিৰ সন্মুখতসপোনবোৰ সযতনে বুকুত সাবটিসুন্দৰ সন্ধিয়া অকলেই পাৰ কৰোঁ । মৃদু…

Continue Reading
Poems

ভবাৰ দৰেই সকলো হোৱাহেঁতেন

Jona Mahanta, August 23, 2023September 1, 2023

ভবাৰ দৰেই সকলো হোৱা হ’লে সপোন দেখাৰ প্ৰয়োজনেই নাথাকিলেহেঁতেন সপোন সাগৰত সাঁতুৰি থাকিব বিচৰা দিনবোৰত…

Continue Reading
Poems

পুৰণি কেঁকুৰিটো বিচাৰি

Jona Mahanta, July 15, 2023

দুয়োজনে দুফালৰ পৰা আহিকেঁকুৰিটোতে লগ পাইছিলোঁ এদিনহাতত হাত ধৰি আগুৱাই যাওঁতেকেতিয়ানো হ’ল দুপৰীয়া ততকে নাপালোঁউভতিলোঁ…

Continue Reading
Poems

গভীৰ প্ৰশান্তি

Jona Mahanta, July 14, 2023

স্নিগ্ধ জোনাক সদৃশ তোমাৰনিষ্পাপ হাঁহিতেই সতেজ হৈপুনৰ ফুলি উঠেহৃদয়ৰ মৰহা ফুলপাহ । তোমাৰ মিঠা কোমল…

Continue Reading
Poems

ফাগুন

Jona Mahanta, July 12, 2023September 4, 2023

প্রকাশিত- দৈনিক গন অধিকাৰ, ২৩.০২.২০২২ মই যদি ফাগুনৰ দৰে   হ’ব পাৰিলোহেঁতেন কাৰোবাৰ হৃদয়  উন্মাদ…

Continue Reading
  • 1
  • 2
  • 3
  • Next
Poet
Lyricist & Author

Recent Posts

  • আন্দামান দ্বীপপুঞ্জৰ জনগোষ্ঠী
  • দুঃসময়
  •                                                                                 নাৰ্টিয়াং মন’লিথ
  • এৰি অহা বাটেৰে
  • উপলব্ধি
  • অৱলম্বন

Categories

  • Articles
  • Poems
  • Short Stories
  • Travelblog

Archives

  • March 2025
  • January 2025
  • November 2024
  • August 2024
  • June 2024
  • March 2024
  • December 2023
  • November 2023
  • October 2023
  • September 2023
  • August 2023
  • July 2023
  • June 2023
  • May 2023
  • October 2022
  • May 2022
  • April 2022
  • March 2022
  • October 2019
  • October 2018
  • July 2018
  • November 2017
  • July 2017
  • December 2016
  • December 2015
  • January 2015
  • September 2011
  • July 2011

©2025 জোনালীৰ ডায়েৰী | WordPress Theme by SuperbThemes