একান্ত গোপনে আহি
ল’লা থিতাপি আলফুলে
হৃদয় মথিত কৰি
তুলি সপ্ত সুৰৰ ৰাগিণী
দেহৰ কোঁহে কোঁহে ।
দুহাতেৰে বুকুৰ মাজত
সাৱটি ল’ম ভাৱোতেই
গ’লা আঁতৰি নীৰৱে
এসাগৰ বেদনা থৈ
বুকু শুদা কৰি ।
জোনা মহন্ত ।
একান্ত গোপনে আহি
ল’লা থিতাপি আলফুলে
হৃদয় মথিত কৰি
তুলি সপ্ত সুৰৰ ৰাগিণী
দেহৰ কোঁহে কোঁহে ।
দুহাতেৰে বুকুৰ মাজত
সাৱটি ল’ম ভাৱোতেই
গ’লা আঁতৰি নীৰৱে
এসাগৰ বেদনা থৈ
বুকু শুদা কৰি ।
জোনা মহন্ত ।